" নগাঁৱৰ কচুৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কচুৱাৰ বৰাপানী বাগানত ড্ৰাগছসহ আটক এজনক। ধৃত লোকজন ধনচিলাৰ ৰফিকুল ইছলাম। ধৃত লোকজনৰ পৰা জব্দ ৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ। "