" দিল্লীৰ বোমা বিস্ফোৰণকলৈ সামাজিক মাধ্যমত কমেণ্ট কৰি গ্ৰেপ্তাৰ এজন শিলচৰত সামাজিক মাধ্যমত কমেণ্ট কৰি গ্ৰেপ্তাৰ লোকজন গ্ৰেপ্তাৰ অৱসৰ প্ৰাপ্ত শিক্ষক নজৰুল ইছলাম বৰভূঞা নজৰুল ইছলাম বৰভূঞাৰ ঘৰ শিলচৰ ৰংপুৰ কদমটোলাত বৰ্তমান শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে "
দিল্লীৰ বোমা বিস্ফোৰণ সন্দৰ্ভত কমেন্ট কৰি ৰঙাঘৰলৈ এজন...
দিল্লীৰ বোমা বিস্ফোৰণ কাণ্ডক লৈ সামাজিক মাধ্যমত কমেণ্ট কৰা ফলত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে শিলচৰৰ এজন লোকক। কালি ফৰিদাবাদত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা...