জীয়াভৰলী নদীত পৰি সন্ধানহীন এজন যুৱক

শোণিতপুৰৰ অসম অৰুনাচল সীমান্তত অঘটন। ভালুকপুঙৰ সমিপবৰ্তী জীয়াভৰলী নদীত পৰি সন্ধানহীন এজন যুৱক।

author-image
Asomiya Pratidin
New Update
sfefreddd
  • শোণিতপুৰৰ অসম অৰুনাচল সীমান্তত অঘটন
  • ভালুকপুঙৰ সমিপবৰ্তী জীয়াভৰলী নদীত পৰি সন্ধানহীন এজন যুৱক
  • যুৱকজন তেজপুৰ পৰোৱাৰ দেবজিৎ ভূঞা বুলি জানিবপৰা গৈছে
  • সন্ধানহীন দেবজিৎ ভূঞাৰ বয়স ২২ বছৰ
  • বৰ্তমান আৰক্ষী আৰু  SDRF-এ যুৱকজনৰ সন্ধানত চলাইছে অভিযান
  • যুৱকজনে কেইজনমান বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈছিল
জীয়াভৰলী