New Update
/asomiyapratidin/media/media_files/2026/01/02/574-2026-01-02-17-30-23.jpg)
- গৌৰীপুৰত কিশোৰীৰে কু-কৰ্ম কৰি ৰঙাঘৰৰ আলহী এজন ব্যক্তি।
- ঝালেৰ আলগাৰ ফাজিল মোৰত সংঘটিত হৈছে এই ঘটনা।
- ঘৰত কোনো নথকাৰ সুযোগলৈ কু-কৰ্ম।
- এজনী কিশোৰীক বলপূৰ্বকভাৱে কু-কৰ্ম কৰাৰ অভিযোগ এন্তাজ আলীৰ বিৰুদ্ধে।
- অভিযুক্ত ব্যক্তিগৰাকীৰ ঘৰ তাৰঘাটত।
- লম্পট আলীক ৰাইজে কৰায়ত্ত কৰি গৌৰীপুৰ আৰক্ষীক গতাই দিয়ে।
- আৰক্ষীয়ে এন্তাজ আলীক আটক কৰি U/S 64(1)BNS, R/W SEC 4 POSCO ধাৰাত 01/2026 নম্বৰত গোচৰ পঞ্জীয়ন কৰে।
- ইয়াৰ পাছতে তেওঁক গ্ৰেপ্তাৰ কৰি জিলা সত্ৰ ন্যায়ালয়লৈ প্ৰেৰণ কৰে।
- এন্তাজৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰাই অসমাজিক কাৰ্য্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us