/asomiyapratidin/media/media_files/2026/01/23/682-2026-01-23-19-09-51.jpg)
ডিজিটেল সংবাদ, গোলাঘাট : ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিৰ দিনটোত পালন কৰা হৈছে সৰস্বতী পূজা। ইয়াৰ সামান্তৰালকৈ গোলাঘাটৰ হাতীয়েখোৱাৰ এজন সমাজকৰ্মীয়ে তেওঁৰ বন্ধুৰ স্মৰণত নিৰ্মাণ কৰি উলিওৱা এটা পুথিঁভড়াল শুভাৰম্ভ কৰে ৷
সমাজকৰ্মী যুৱক তথা বিষ্ণু-জ্যোতি বিদ্যালয়ৰ প্ৰতিষ্ঠাতা প্ৰবীণ দাসে তেওঁৰ বিদ্যালয়ৰ চৌহদত আজি সৰস্বতী পূজা পালন কৰে। লগতে প্ৰয়াত সাংবাদিক কৌস্তুভমণী হাজৰিকাৰ স্মৰণত নিৰ্মাণ কৰা পুথিঁভড়ালটো শুভাৰম্ভ কৰে।
গীত-নৃত্যৰ আনন্দময় পৰিবেশৰ মাজত এই পুথিভঁৰালটো ফিটাকাটি শুভ উন্মোচন কৰে অধ্যাপক বীৰেন বৰুৱাই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us