নৱবৰ্ষৰ পহিলা দিনটোতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি...

DIG ইন্দ্ৰাণী বৰুৱাক IGPলৈ পদোন্নতি। IPS কংকণজ্যোতি শইকীয়াক IGPলৈ পদোন্নতি।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-01-01 at 7.22.55 PM
  • ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পদোন্নতি।
  • DIG ইন্দ্ৰাণী বৰুৱাক IGPলৈ পদোন্নতি।
  • IPS কংকণজ্যোতি শইকীয়াক IGPলৈ পদোন্নতি।
  • IPS মুগ্ধজ্যোতি মহন্তক DIG লৈ পদোন্নতি।
  • IPS জয়শ্ৰী খেৰছাক DIG লৈ পদোন্নতি।
  • IPS বেদান্ত মাধৱ ৰাজখোৱাক DIG লৈ পদোন্নতি।
  • IPS ডেভিড নেইথামক DIG লৈ পদোন্নতি।
  • IPS মুন্না প্ৰসাদ গুপ্তালৈ DGPৰ প্ৰশংসামূলক স্বৰ্ণ পদক ঘোষণা। 
  • IPS পাৰ্থ সাৰথি মহন্তলৈও DGPৰ প্ৰশংসামূলক স্বৰ্ণ পদক ঘোষণা।
  • IPS হীৰেণ চন্দ্ৰ নাথ, সুৰেন্দ্ৰ কুমাৰলৈও DGPৰ প্ৰশংসামূলক স্বৰ্ণ পদক ঘোষণা ।
  • আন বহুকেইগৰাকী IPS বিষয়ালৈও DGPৰ প্ৰশংসামূলক স্বৰ্ণ পদক ঘোষণা কৰে।
Assam police