New Update
/asomiyapratidin/media/media_files/2026/02/21/177-2026-02-21-10-46-30.jpg)
- কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ।
- পেৰেড অনুষ্ঠানত মুখ্য অতিথিৰ আসন অলংকৃত কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ৷
- গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে এই বিশেষ বৰ্ণাঢ্য কাৰ্যসূচী ৷
- বিশাল কাৰ্যসূচীত চি আৰ পি এফৰ পেৰেডেৰে সম্ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৷
- সমান্তৰালকৈ প্ৰদৰ্শন চি আৰ পি এফৰ কেতবোৰ দৃষ্টিনন্দন কৰ্মশৈলী-বেণ্ড আদি ৷
- বিভিন্ন অভিযানত চি আৰ পি এফে ব্যৱহাৰ কৰা সমৰসজ্জিত অত্যাধুনিক বিভিন্ন বাহনো প্ৰদৰ্শন৷
- অসমলৈ অহা গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দ্বিতীয়টো দিন ৷
- এই কাৰ্যসূচীৰ পাছতে তেওঁ সোণাপুৰৰ কচুতলীলৈ যাব।
- তাত তেওঁ দশম অসম আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us