মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ২ আৰক্ষীৰ লোক… জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, নিহত ২ আৰক্ষীৰ লোক… asomiyapratidin 14 Aug 2020 11:56 IST Follow UsNew Updateজম্মু-কাশ্মীৰত শুকুৰবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়।নৌগামত পুৱা ভাগত আৰক্ষীৰ এটা চাৱনীৰ ওপৰত আক্ৰমণ চলাই সন্ত্ৰাসবাদীয়ে।এই আক্ৰমণ আৰক্ষীৰ দুজন কৰ্মীয়ে হেৰুৱাইছে প্ৰাণ।ইফালে, আহত হৈছে আন এজন আৰক্ষীৰ লোক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক