Advertisment

লোকসভাৰ প্ৰতিজন সদস্যই ভাষা প্ৰয়োগত গুৰুত্ব দিয়কঃ ওম বিৰলা

লোকসভাৰ প্ৰতিজন সদস্যই ভাষা প্ৰয়োগত গুৰুত্ব দিয়কঃ ওম বিৰলা

author-image
asomiyapratidin
New Update
লোকসভাৰ প্ৰতিজন সদস্যই ভাষা প্ৰয়োগত গুৰুত্ব দিয়কঃ ওম বিৰলা

  • লোকসভাৰ প্ৰতিজন সদস্যই সদনৰ মজিয়াত মাৰ্জিত ভাষা ব্যৱহাৰত গুৰুত্ব দিয়া উচিত।
  • এই মন্তব্য লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ।
  • সমাজবাদী নেতা আজম খানে সদনৰ মজিয়াত বিজেপি সাংসদক লৈ কৰা মন্তব্যৰ চৰ্চা সন্দৰ্ভত এই মন্তব্য কৰে লোকসভাৰ অধ্যক্ষগৰাকীয়ে।
  • 'কোনো কাৰণতে লোকসভাৰ গৰিমা যাতে ম্লান নপৰে সেয়া প্ৰতিজন সদস্যই চিন্তা কৰা উচিত।'
  • 'এই সদন সকলোৰে বাবে, আৰু ইয়ে সকলোৰে সমৰ্থনত কাম কৰে।'
  • 'অশালীন শব্দ প্ৰয়োগেৰে ইয়াৰ গৰিমাত আঘাত হনাটো অপৰাধ।'