New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Dqe9fvVW4AAoDqV.jpg)
- ওড়িশাত একেলগে ৮ টা হাতীৰ মৃত্যুক কেন্দ্ৰকৰি চাঞ্চল্য।
- ৰাজ্যখনৰ ঢেংকানাল জিলাৰ কামালাংগাত সংঘটিত হৈছে এই কৰুণ ঘটনা।
- বিদ্যুতৰ তাঁৰত লগাৰ ফলত বিদ্যুৎপৃষ্ট হয় হাতীকেইটা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/Dqe9heCXcAEpr5z.jpg)
- ঘটনাৰ পাছতে বিদ্যুৎ বিভাগৰ ওপৰত ক্ষোভ উজাৰিছে একাংশ লোকে।
- বিদ্যুৎ বিভাগৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us