Published on :
Updated on :
- ওড়িশ্যাত তিতলি ঘূৰ্ণী বতাহত নিহত সকলৰ পৰিয়ালক প্ৰদান কৰা হ'ব ১০ লাখ টকাৰ ক্ষতিপূৰণ।
- পূৰ্বতে এই ধনৰ পৰিমাণ আছিল ৪ লাখ টকা।
- বুধবাৰে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে কৰিলে এই ঘোষণা।
- বিগত কিছুদিন ধৰি তিতলিয়ে বিধংসী ৰূপ ধাৰণ কৰিছিল ওড়িশ্যাত।
- তিতলি ঘূৰ্ণী বতাহত ওড়িশ্যাৰ বহু অঞ্চলত প্ৰাণ হেৰুৱাইছিল বহুকেইজন লোকে।
Asomiya Pratidin
www.asomiyapratidin.in