Published on:
Updated on:
- ওড়িশাত কটকত ৰে'ল দুৰ্ঘটনা।
- কটকৰ নৰগুণ্ডি ৰে'লৱে ষ্টেছনৰ সমীপত সংঘটিত হয় ৰে'ল দুৰ্ঘটনাটো।
- মালগাড়ীৰে হোৱা সংঘৰ্ষত লাইনচ্যুত হয় মুম্বাই-ভুৱনেশ্বৰ লোকমান্য তিলক টাৰ্মিনাছ এক্সপ্ৰেছ।
- যাত্ৰীবাহী ৰে'লখনৰ ৮টাকৈ দবা হয় লাইনচ্যুত।
- এই দুৰ্ঘটনাত কমেও ৪০ জন যাত্ৰী আহত হৈছে।
- আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে।
- ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জনাইছে ৰে'ল কৰ্তৃপক্ষই।
- দুৰ্ঘটনাৰ পিছত প্ৰশাসনে ০৬৭৪-১০৭২ আৰু ০৬৭১-১০৭২ এই দুই হেল্পলাইন জাৰি কৰিছে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in