মুখ্য-পৃষ্ঠা
ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত
- নিৰ্বাচিত কৰা হৈছে বিজু জনতা দলৰ নতুন সভাপতি।
- ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে সভাপতি নিৰ্বাচিত।
- উল্লেখ্য যে, বিগত ৭ টা কাৰ্যকালত সভাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।