New Update
/asomiyapratidin/media/media_files/2026/03/03/217-2026-03-03-22-41-13.jpg)
- ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ বিধায়ক নুৰুল হুদাৰ।
- তৃতীয়বাৰৰ বাবে ৰূপহীহাটত নুৰুল হুদাক প্ৰাৰ্থিত্ব প্ৰদান অসম প্ৰদেশ কংগ্ৰেছৰ।
- নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়কগৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ।
- কৰ্মী-সমৰ্থকে গামোচাৰে আদৰণি জনাই হুদাক।
- ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয়, অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী।
- কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হ'ব বুলি মন্তব্য।
- অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব।
- AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হ'ব বুলি মন্তব্য বিধায়কগৰাকীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us