টকা গণি শেষ কৰিব পৰা নাইঃ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ ফ্লেটত কোটি কোটি টকা...

দুৰ্নীতিগ্ৰস্থ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ ফ্লেটত চি এম ভিজিলেঞ্চৰ অভিযান । কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰা মালিগাঁও গোতানগৰৰ ফ্লেটত চলিছে অভিযান । কেইবা কোটি টকা উদ্ধাৰ হৈছে ফ্লেটত। টকা গণিবলৈ ষ্টেট বেংকৰ সহায় বিচাৰিছে চি এম ভিজিলেঞ্চে

author-image
Asomiya Pratidin
New Update
ddddddddddddddddddd
  • দুৰ্নীতিগ্ৰস্থ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰাৰ ফ্লেটত চি এম ভিজিলেঞ্চৰ অভিযান ।
  • কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰা
  • মালিগাঁও গোতানগৰৰ ফ্লেটত চলিছে অভিযান ।
  • কেইবা কোটি টকা উদ্ধাৰ হৈছে ফ্লেটত।
  • টকা গণিবলৈ ষ্টেট বেংকৰ সহায় বিচাৰিছে চি এম ভিজিলেঞ্চে
  • কামৰূপ জিলাৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপুৰ বৰা
  • নুপুৰ বৰাৰ অবৈধ প্ৰেমিক বৰপেটাৰ লাটমণ্ডল সুৰজিত ডেকাৰ ঘৰতো চলিছে তালাচী
  • বৰপেটাৰ দঙৰকুছিত ঘৰ সুৰজিত ডেকাৰ ।
  • বৰপেটাৰ কলয়াহাটিটো আছে নুপুৰ বৰা - সুৰজিত ডেকাৰ ঘৰ
  • পূৰ্বে বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া আছিল নুপুৰ বৰা
  • বৰপেটাত বৃহৎ ভূমি কেলেংকাৰিত লিপ্ত হৈছিল নুপুৰ বৰা
  • বৰপেটাত দুৰ্নীতিৰে ঘটিছিল কেবা কোটি টকা ।
  • বৰপেটাত চাকৰি কৰোঁতে নুপুৰ বৰাই নিজৰ গিৰিয়েকক বাদ দি লাট মণ্ডল সুৰজিত ডেকাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়িছিল ।
  • বৰপেটাৰ পৰা গৰৈমাৰীলৈ লৈ বদলি হৈছিল নুপুৰ বৰা
  • গৰৈমাৰীটো বৃহৎ কেলেংকাৰি আৰম্ভ কৰিছিল নুপুৰ বৰাই
  • নুপুৰ বৰাৰ বাবে তেওঁৰ অবৈধ প্ৰেমিক লাট মণ্ডল সুৰজিত ডেকাই পূৰ্বৰ পত্নীক খেদিছে ঘৰৰ পৰা ।
দুৰ্নীতি