New Update
/asomiyapratidin/media/media_files/2026/02/24/whatsapp-image-2026-02-24-12-13-53.jpeg)
- ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে সুখবৰ
- ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি
- ২০১৬ চনত অন্তিম বাৰৰ বাবে গঠন কৰা হৈছিল দৰমহা আয়োগ
- ১০ বছৰৰ পাছত ৰাজ্যত পুনৰ গঠন হৈছে দৰমহা আয়োগ
- অৱসৰপ্ৰাপ্ত IAS সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত গঠন এই আয়োগ
- আয়োগত সদস্য হিচাপে থাকিব পাৰ্চনেল বিভাগ, বিত্ত বিভাগৰ জ্যেষ্ঠ সচিব
- ন্যায়িক বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিবো থাকিব আয়োগত
- আমন্ত্ৰিত সদস্য হিচাপে থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাতুল মহন্ত
- ১৮ মাহৰ ভিতৰত আয়োগে দাখিল কৰিব প্ৰতিবেদন
- ৰাজ্য চৰকাৰৰ দৰমহা বৃদ্ধি, মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰ সন্দৰ্ভতো পৰামৰ্শ আগবঢ়াব আয়োগে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us