New Update
/asomiyapratidin/media/media_files/2025/12/16/whatsapp-image-2025-12-16-11-15-59.jpeg)
- নগাঁও জিলাৰ উৰিয়াগাঁৱৰ বিশিষ্ট সংগীত শিল্পী প্ৰদীপ বৰালৈ সন্মান
- সৰ্ব ভাৰতীয় সংগীত বিশ্ববিদ্যালয় সুৰ নন্দন ভাৰতীয়ে প্ৰদান কৰিছে এই সন্মান
- সংগীত ৰত্ন উপাধিৰে সন্মানিত কৰিছে প্ৰদীপ বৰাক
- অসমৰ সংগীত ক্ষেত্ৰখনৰ এজন নিৰৱ সাধক প্ৰদীপ বৰা
- গান্ধাৰ নামৰ অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক আছিল বৰা
- এগৰাকী গীতিকাৰ,গায়ক, প্ৰশিক্ষক হিচাপেও পৰিচিত তেওঁ
- প্ৰদীপ বৰা বহু সংখ্যক জনপ্ৰিয় গীতৰ স্ৰষ্টা
- জুবিন গাৰ্গৰ লগতে ভালেসংখ্যক জনপ্ৰিয় শিল্পীয়ে গাইছে তেওঁ ৰচনা কৰা গীত
- লক্ষ্ণৌৰ ভাতখাণ্ডেকে ধৰি প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানৰ পৰা লৈছিল সংগীতৰ শিক্ষা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us