New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/LAIO.jpg)
- ঐতিহ্যমণ্ডিত জৰ্জ ফিল্ডৰ এইবাৰ অনুষ্ঠিত নহয় বিহু।
- প্ৰতিবছৰে আছুৱে অনুষ্ঠিত কৰি আহিছিল এই বিহু।
- কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি এইবাৰ বিহু নপতাৰ সিদ্ধান্ত।
- শ্বহীদ তৰ্পণ আৰু পতাকাও উত্তোলনো নকৰে বিহু কমিটিয়ে।
- ঘৰত থাকিয়ে বিহু পালন কৰিবলৈ অনৰোধ আছুৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us