ঐতিহ্যমণ্ডিত জৰ্জ ফিল্ডত এইবাৰ অনুষ্ঠিত নহয় বিহু…

ঐতিহ্যমণ্ডিত জৰ্জ ফিল্ডত এইবাৰ অনুষ্ঠিত নহয় বিহু…
  • ঐতিহ্যমণ্ডিত জৰ্জ ফিল্ডৰ এইবাৰ অনুষ্ঠিত নহয় বিহু।
  • প্ৰতিবছৰে আছুৱে অনুষ্ঠিত কৰি আহিছিল এই বিহু।
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি এইবাৰ বিহু নপতাৰ সিদ্ধান্ত।
  • শ্বহীদ তৰ্পণ আৰু পতাকাও উত্তোলনো নকৰে বিহু কমিটিয়ে।
  • ঘৰত থাকিয়ে বিহু পালন কৰিবলৈ অনৰোধ আছুৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in