ডিব্ৰুগড়ত বিশাল ৰেলীৰে বিজেপিৰ সভাপতি নীতিন নবীনক মুখ্যমন্ত্ৰীৰ স্বাগত সম্ভাষণ

দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। কেইবাখনো বৈঠকত অংশ ল’ব সভাপতিগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
149
  • দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন।
  • কেইবাখনো বৈঠকত অংশ ল’ব সভাপতিগৰাকীয়ে।
  • ডিব্ৰুগড়ত বিশাল ৰেলীৰে নীতিন নবীনক মুখ্যমন্ত্ৰীৰ স্বাগত সম্ভাষণ।
  • ডিব্ৰুগড়ত অনুষ্ঠিত পৃষ্ঠপ্ৰমুখ সন্মিলনত ল’লে অংশ। 
  • প্ৰতিটো বুথক আগন্তুক বিধানসভা নিৰ্বাচনত বিজয় সাৱ্যস্ত কৰাৰ বাবে আহ্বান।
  • এই সন্মিলনত সভাপতিগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী প্ৰশান্ত ফুকন, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আদিয়ে। 
  • কেইবাসহস্ত্ৰ লোকৰ উপস্থিতিত এই সন্মিলন। 

638136666_1380973137410302_4400104416997090925_n

নীতিন নবীন