New Update
/asomiyapratidin/media/media_files/2025/09/21/uujjdd-2025-09-21-13-30-22.jpg)
- দেওবাৰে বিয়লি ৫বজাত দেশবাসী সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
- প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা টুইটযোগে সদৰি কৰা হৈছে এই তথ্য।
- নৱৰাত্ৰিৰ উপলক্ষে মহালয়াৰ দিনটোত দেশবাসীক সম্বোধন কৰাৰ সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- জি এছ টিৰ হ্ৰাসকে ধৰি বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ মাজত থাকিব পাৰে জুবিন ৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ প্ৰসংগও।
- উল্লেখ্যে যে, জুবিনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
- প্ৰধানমন্ত্ৰীৰ সৈতে এই সম্পৰ্কত আলোচনা কৰাৰ কথা কৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
- ইফালে অসমত ৩দিনীয়া ৰাজ্যিক শোক দিৱস ঘোষণা কৰা হৈছে।
- সমগ্ৰ অসমত বিগত দুটা দিন স্বৰ্তস্ফূতভাৱে বন্ধ আছে দোকান-পোহাৰ আৰু বাণিজ্যিক বাহনৰ চলাচল।