" নগাঁৱত নৱজাতকৰ মৃতদেহ উদ্ধাৰ । নগাঁও চহৰৰ খাগৰিজান দলঙৰ তলত মোনাত উদ্ধাৰ নৱজাতকৰ মৃতদেহটো। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। কোনো পাষাণ হৃদয়ৰ লোকে নিজৰ অপকৰ্মৰ কথা লোকচক্ষুৰ পৰা আঁতৰ কৰিবলৈ এনে কাণ্ড কৰাৰ সন্দেহ। "