New Update
- কোৰোনাৰ ভয়াৱহ সংক্ৰমণ দেখি NEETPG2021 দিয়া হৈছে পৰীক্ষা পিছুৱাই ।
- নতুন তাৰিখি ঘোষণা কৰা হব পিছৰ পৰ্যায়ত।
- উল্লেখ্য যে, ৯ জন চিকিৎসকে পৰীক্ষা স্থগিত ৰখাৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ পিছতে এই সিদ্ধান্ত।
- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে কৰিলে এই ঘোষণা।
- তেওঁ কয় যে বৰ্ধিত কোভিডৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ১৮ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা বৰ্তমানৰ বাবে পিছুৱাই দিয়া হৈছে,।