New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/NEEL-AAA.jpg)
- ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশ আৱদ্ধ হ'ল বিবাহ পাশত ।
- মাৰ্ঘেৰিটাৰ জীয়ৰী নেন্সী ফুকনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ল নীল ।
- প্ৰায় ৫ বছৰ প্ৰেমৰ সম্পৰ্কৰ পাছত এইদৰে যুগ্মজীৱনৰ পাতনি মেলিলে শিল্পীজনে ।
- টাই আহোমৰ চকলং পদ্ধতিৰে সম্পন্ন হ'ল নিশা বিবাহ কাৰ্য ।
- আচুৰ্য বৰপাত্ৰ গোহাই হৈ আহিল ছাটি ধৰা ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us