১০হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

১০হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

author-image
asomiyapratidin
New Update
১০হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা…

ডিজিটেল ডেস্কঃ বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈ থকা ৭৮গৰাকী লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰিছে এই তথ্য। ইফালে এই সময়চোৱাত ১০,৫৮৪গৰাকী লোকৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছে। আৰোগ্য লাভ কৰিছে ১৩হাজাৰো অধিক ব্যক্তিয়ে। বৰ্তমানলৈ ভাৰতত ১কোটি ১৭লাখ ৪৫হাজাৰ ৫৫২গৰাকী লোকক প্ৰদান কৰা হৈছে ভেকচিন।