" নিশা নাজিৰাৰ বিহুবৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড নেপালীখুঁটিত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা এটা খেৰৰ মেজিৰ পৰা জুইৰ সূত্রপাত হয় এই অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ নিয়ন্ত্রণ কৰে জুই "