মুখ্য-পৃষ্ঠা ৰাষ্ট্ৰীয় ওড়িশ্যাৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ নবীন পাটনায়কৰ… ওড়িশ্যাৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ নবীন পাটনায়কৰ… asomiyapratidin 29 May 2019 10:56 IST Follow UsNew Updateওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণ।পুৱাই ভূৱনেশ্বৰত মুখ্যমন্ত্ৰী হিচাপে শপত লয় পাটনায়কে।পঞ্চমবাৰৰ বাবে ওড়িশ্যাৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ নবীন পাটনায়ক।শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত দলটোৰ শীৰ্ষ নেতাসকল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক