Published on:
Updated on:
- প্রখ্যাত বাংলা সাহিত্যিক নৱনীতা দেৱসেনৰ মৃত্যু।
- কবি, সাহিত্যিক নৱনীতা দেৱসেনৰ মৃত্যুৰ সময়ত বয়স আছিল ৮১ বছৰ।
- কৰ্কট ৰোগত আক্ৰান্ত আছিল নৱনীতা সেন।
- অৰ্থনীতিত নৱেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ সহধৰ্মিণী আছিল নৱনীতা সেন।
- ৮০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল নৱনীতা সেনে।
- কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে নৱনীতা সেনে।
- কলকাতাৰ বিখ্যাত প্ৰচিডেন্সী কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা লৈছিল স্নাতকোত্তৰ ডিগ্ৰী।
- নৱনীতা সেনে যথেষ্ট ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল।
- ১৯৩৮চনৰ ১৩ জানুৱাৰীত জন্ম হৈছিল নৱনীতা সেনৰ।
- তেওঁ কেইবাখনো বিখ্যাত উপন্যাস ৰচনা কৰিছিল।
- তেওঁ লিখা চুটি গল্প বহু কেইটা ভাষালৈ অনুবাদ হৈছিল।
- ১৯৯৯চনত তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী বঁটা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in