New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/04/PM-MODI-VIDEO-CONFERENCE.jpg)
- লকডাউন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শনিবাৰে গুৰুত্বপূৰ্ণ বৈঠক।
- পুৱা ১১ বজাত দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক।
- ভিডিঅ কনফাৰেন্সিং যোগে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে লকডাউনৰ সন্দৰ্ভত কৰিব আলোচনা।
- লকডাউনৰ শিথিলতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এই বৈঠকত।
- ইতিপূৰ্বে বুধবাৰে হৈ যোৱা সকলো বিৰোধী দলৰ প্ৰতিনিধিৰে হোৱা বৈঠকত লকডাউনৰ সময়সীমা বৃদ্ধিৰ ইংগিত দিছিল প্ৰধানমন্ত্ৰীয়ে।