লকডাউনঃ ১১ বজাত দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ…

লকডাউনঃ ১১ বজাত দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক প্ৰধানমন্ত্ৰীৰ…
  • লকডাউন সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শনিবাৰে গুৰুত্বপূৰ্ণ বৈঠক।
  • পুৱা ১১ বজাত দেশৰ প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠক।
  • ভিডিঅ কনফাৰেন্সিং যোগে প্ৰত্যেকখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে লকডাউনৰ সন্দৰ্ভত কৰিব আলোচনা।
  • লকডাউনৰ শিথিলতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা এই বৈঠকত।
  • ইতিপূৰ্বে বুধবাৰে হৈ যোৱা সকলো বিৰোধী দলৰ প্ৰতিনিধিৰে হোৱা বৈঠকত লকডাউনৰ সময়সীমা বৃদ্ধিৰ ইংগিত দিছিল প্ৰধানমন্ত্ৰীয়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in