New Update
/asomiyapratidin/media/media_files/2026/01/18/650-2026-01-18-12-00-00.jpg)
- মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
- কলিয়াবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কণ্ঠত সুধাকণ্ঠৰ গীত।
- অসমীয়াতে আৰম্ভ কৰিলে ভাষণ।
- মোডীয়ে ক'লে- অসমৰ ইতিহাসত কৰিয়াবৰৰ স্থান অতি গুৰুত্বপূৰ্ণ।
- কলিয়াবৰতে লাচিত বৰফুকনে মোগল খেদাৰ ৰণনীতি প্ৰস্তুত কৰিছিল।
- অসমক বীৰ- বীৰাংগনাৰ ভূমি আখ্যা মোডীৰ।
- দেশৰ জনতাই এতিয়া বিকাশ আৰু সু- শাসন বিচাৰে।
- বাগুৰুম্বাই মোৰ অন্তৰ চুই গ'ল।
- বাগুৰুম্বা নাচ পৰিৱেশন কৰা শিল্পীক পুনৰ অভিনন্দন মোডীৰ।
- অতি কষ্ট আৰু সাধনাৰ ফলশ্ৰুতিতে বাগুৰুম্বা ইমান সুন্দৰ হৈ উঠিছে।
- উজনি অসমৰ মূল সংযোগ স্থান হৈছে কলিয়াবৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us