সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ দেহাৱসান…

  • সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ দেহাৱসান
  • মাজুলীৰ নতুন কমলাবাৰী সত্রৰ সত্রাধিকাৰ আছিল গোস্বামী
  • গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত পুৱা শেষ নিশ্বাস ত্যাগ
  • দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সত্রাধিকাৰগৰাকী
  • বহুকেইটা বঁটাৰে সন্মানিত হৈছিল সত্রাধিকাৰগৰাকী
  • লাভ কৰিছিল শ্রীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা
  • জীৱনজোৰা সাধনা বঁটাও লাভ কৰিছিল সত্রাধিকাৰগৰাকীয়ে
  • আৰু বহুকেইটা বঁটা লাভ কৰিছিল সত্রাধিকাৰ গোস্বামীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in