গীতে-মাতে জীপাল হৈ পৰিছে 'নন্দিনী'ৰ সন্ধিয়া...

গীত-মাতেৰে জীপাল হৈ পৰিছে নন্দিনীৰ বাকৰি। সুৰৰে মায়াময় হৈ পৰিছে নন্দিনীৰ সন্ধিয়া। সহস্ৰাধিক লোকৰ আগমনে যেন অধিক প্ৰাণ দিছে নন্দিনীক। গীত-মাতেৰে জীপাল হৈ পৰিছে নন্দিনীৰ বাকৰি। সুৰৰে মায়াময় হৈ পৰিছে

New Update
nanss

ডিজিটেল ডেস্কঃ গীত-মাতেৰে জীপাল হৈ পৰিছে নন্দিনীৰ বাকৰি। সুৰৰে মায়াময় হৈ পৰিছে নন্দিনীৰ সন্ধিয়া। সহস্ৰাধিক লোকৰ আগমনে যেন অধিক প্ৰাণ দিছে নন্দিনীক।

80874756-e8bb-4e41-8bc8-c2bd5aa91d35

সন্ধিয়া ভাগলৈ নন্দিনীৰ বাকৰিত ভিৰ বাঢ়িছে ৰাইজৰ। থলুৱা খাদ্যৰ জুতি লোৱাৰ লগতে থলুৱা সামগ্ৰীৰ বিপনীতো বাঢ়িছে গ্ৰাহকৰ ভিৰ।

6d05dbde-722a-4f70-8fb7-50a0c961bc4b

যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পী অৰ্ঘদ্বীপ বৰুৱাই আৰম্ভ কৰে দ্বিতীয় দিনৰ নন্দিনীৰ সাংস্কৃতিক সন্ধিয়া।

16c663b7-0d60-4a1d-8cf1-fbcd402f8541

জুবিন গাৰ্গৰ এটি চিৰসেউজ গীতেৰে শিল্পীগৰাকীয়ে আৰম্ভ কৰে অনুষ্ঠানটি।

222e42b6-dc2b-4fa7-b40f-0610739ffbd1

ডাঃ লিমা দাসৰ কন্ঠত প্ৰাণ পালে বহু পুৰণি গীতে। ৰুদ্ৰ বৰুৱাৰ গীতৰ পৰা আদি কৰি বহুকেইটা গীত পৰিৱেশন কৰে লীমা দাসে।

48c4523b-f9d5-4005-bcef-9ceb3af33a5a

ইফালে এইবাৰৰ নন্দিনীত অৰ্ধ শতাধিক বিপনীয়ে অংশ লৈছে।

cdbb6cc0-6249-4c54-a4ca-487d9067b3be

সকলো বিপনীতে সন্ধিয়া নমাৰ পিছতে ভিৰ দেখা গৈছে।

7f671f4e-bbe6-4aa7-bfd3-57c696619e53

নন্দিনীৰ ভিতৰত থকা খাদ্যৰ বিপনীতো দেখা গৈছে বহুলোকৰ ভিৰ।

5ff7d8d1-b177-4aff-a847-80bd96c786fe

মাটিৰ কাপত একাপ গৰম চাহ সোৱাদ লোৱাৰ লগতে ঘৰতে প্ৰস্তুত কৰা কেকৰ সোৱাদ লৈছে ৰাইজে। 

dc9249ac-0d5e-49dd-8991-9802fa571432

নন্দিনী