/asomiyapratidin/media/media_files/2026/01/17/1-2026-01-17-13-41-59.jpg)
ডিজিটেল ডেস্কঃ আজি শিল্পী দিৱস। ৰাজ্যৰ প্ৰতিটো প্ৰান্তত শিল্পী দিৱস উদযাপন কৰা হয়। নগাঁৱৰ ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শিল্পী দিৱস উদযাপন কৰে ।
/asomiyapratidin/media/post_attachments/1320979d-948.png)
শিল্পী দিৱসৰ অনুষ্ঠানত সুৰ সূৰ্য্য সূৰ্য্যকুমাৰ ৰাজাক শিল্পী বঁটা প্ৰদান কৰে ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে। ইপিনে অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে আৰক্ষী বিষয়া নন্দ সিং বৰকলাই জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন দৰ্শনৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত উপস্থিত থাকে শিল্পী দুলুমণি শইকীয়া,নৃত্য শিল্পী গৌৰৱ হাজৰিকা লগতে সুৱাগ মনি মহন্ত আৰু বহু কেইজন বিশিষ্ট লোক।
/asomiyapratidin/media/post_attachments/c7081f10-64c.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us