নগাঁৱৰ জিলা আয়ুক্তলৈ 'অসম সন্তান গৌৰৱ বঁটা' প্ৰদান

বঢ়মপুৰৰ 'জাগৰণ সমন্বয় ৰাস'-এ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰদান কৰে এই বঁটা 

author-image
Asomiya Pratidin
New Update
new ap web 11-11-24 new 2
  • নগাঁৱৰ জিলা আয়ুক্তলৈ 'অসম সন্তান গৌৰৱ বঁটা' প্ৰদান
  • বঢ়মপুৰৰ 'জাগৰণ সমন্বয় ৰাস'-এ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰদান কৰে এই বঁটা 
  • বঁটাত আছে এটা স্মাৰক, এখন চেলেং, গামোচা, নাহৰ পুলি আৰু কিতাপৰ টোপোলা 
  • ২০১৮ চনৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা
  • যোৱাটো বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল অৰণ্য মানৱ যাদৱ পায়েঙক

image (3)

অসম