নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই ড্ৰাম বজাই সোঁৱৰিলে জুবিন গাৰ্গক

নগাঁও নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ তম্ সদৌ নগাঁও ভোগালী বিহু উৎসৱস্থলীত পুৱা বাৰে-ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে তিনিটা শাখাত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ পৰা অত্যন্ত উৎসাহ-উদ্দীপনাৰে উদযাপিত হৈছে ১১৩ তম্  সদৌ নগাঁও ভোগালী বিহু উৎসৱ। ১৯১২ চনতে আৰম্ভ হোৱা এই ঐতিহাসিক উৎসৱে এইবাৰো আধুনিকতা আৰু পৰম্পৰাৰ এক অপূৰ্ব মিশ্ৰণেৰে নগাঁওবাসীক আমোদ দিছে। 

নগাঁও নেহেৰুবালিত ৬ দিনীয়াকৈ অনুষ্ঠিত হৈ থকা ১১৩ তম্ সদৌ নগাঁও ভোগালী বিহু উৎসৱস্থলীত পুৱাবাৰে-ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে তিনিটা শাখাত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা।

উল্লেখ্য যে, নিশা অনুষ্ঠিত হয় জুবিন গাৰ্গৰ গীতৰ আধাৰত মায়াবিনী ৰাতিৰ বুকুত সাংস্কৃতিক অনুষ্ঠানৰ।  এই অনুষ্ঠানত  উপস্থিত থাকে নপ্ৰিয় অভিনেতা যতীন বৰা, কন্ঠশিল্পী কৃষ্ণমণি নাথ আৰু নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মা। ইপিনে অনুষ্ঠানৰ মাজতে নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই তেওঁ বন্ধু জুবিনৰ গাৰ্গৰ  লগত পাৰ কৰা সময়বোৰ সোঁৱৰি আৱেগিক হৈ পৰে। 

নগাওঁ