নগাঁৱৰ নতুন বজাৰস্থিত নৱকান্ত বৰুৱাৰ শৈশৱৰ চোতালত নৱকান্ত বৰুৱাৰ জন্ম শতবর্ষ উদযাপন

বিংশ শতিকাৰ প্ৰবাদ পুৰুষ কবি নৱকান্ত বৰুৱাৰ ওপজা দিনটি বিগত বছৰ সমূহৰ দৰে এইবাৰো সৃষ্টিশীল কাব্যধ্বনিৰে অনুষ্ঠানটি প্রোজ্জ্বল কৰাৰ লগতে পাঁচ গৰাকী শিশু সাহিত্যিকক শিশু শিক্ষা সাহিত্য বঁটা প্রদান আৰু এখন গ্রন্থ উন্মোচনৰো ব্যৱস্থা কৰে। 

author-image
Asomiya Pratidin
New Update
1

 ডিজিটেল ডেস্কঃ আজি নৱকান্ত বৰুৱাৰ জন্ম শতবর্ষ। নগাঁৱৰ নতুন বজাৰস্থিত নৱকান্ত বৰুৱাৰ শৈশৱৰ চোতালত নৱকান্ত বৰুৱাৰ জন্ম শতবর্ষ উদযাপন কৰে। দিনৰ ১.০০ বজাৰ পৰা এই কাৰ্য্যসূচীৰ আয়োজন কৰে। ইপিনে বিংশ শতিকাৰ প্ৰবাদ পুৰুষ কবি নৱকান্ত বৰুৱাৰ ওপজা দিনটি বিগত বছৰ সমূহৰ দৰে এইবাৰো সৃষ্টিশীল কাব্যধ্বনিৰে অনুষ্ঠানটি প্রোজ্জ্বল কৰাৰ লগতে পাঁচ গৰাকী শিশু সাহিত্যিকক শিশু শিক্ষা সাহিত্য বঁটা প্রদান আৰু এখন গ্রন্থ উন্মোচনৰো ব্যৱস্থা কৰে। 

WhatsApp Image 2025-12-29 at 1.40.57 PM (1)

উল্লেখযোগ্য যে ১৯৯০ চনৰ পৰা একেৰাহে উদ্যাপন কৰি অহা ঐতিহ্যপূর্ণ কবিতাৰ দিনটি কবিতাৰ সম্রাট গৰাকীৰ পুৰণি ভেটিৰ আগচোতালৰ সাক্ষী শিলিখাজোপাৰ তলতেই প্রিয় কবি গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। 

নগাওঁ