নগাঁৱৰ বঢ়মপুৰত বিজেপিৰ "নাৰী বন্দন অভিযান''

অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক জিতু গোস্বামী আৰু মানৱ ডেকা।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ বিজেপিৰ 'নাৰী বন্দন অভিযান'। নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ হালোৱা গাওঁ কলিতা চুকতো এই  বিজেপিৰ "নাৰী বন্দন অভিযান" আৰম্ভ কৰে। অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী ৰূপেশ গোৱালা, বিধায়ক জিতু গোস্বামী আৰু মানৱ ডেকা।

উক্ত অনুষ্ঠানত উপস্থিত থাকি বিধায়ক মানৱ ডেকাই মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয়। তেওঁ কয় যে- ৰেজাউল কৰিম জাতীয় মানুহখিনিৰ পৰিকল্পনা সেইটো গোটেই অসমখন গ্ৰাস কৰাটো। কংগ্ৰেছে যাৰ কথা ভালকৈ কয় তেওঁ বেয়া মানুহ আৰু কংগ্ৰেছে যাৰ কথা বেয়াকৈ কয় তেওঁ ১০০% ভাল মানুহ । বিজেপি দল কংগ্ৰেছৰ দৰে পৰিয়ালকেন্দ্ৰিক নহয়, বিজেপি দলত নতুন মুখে স্থান পাবয়ে। 

বঢ়মপুৰ