" নগাঁৱৰ ৰঙালুত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে এখন মেজিক বাহন ঘটনাত মেজিকখনৰ চালকসহ ৫ জন লোক গুৰুতৰভাৱে আহত আঘাতপ্ৰাপ্ত লোককেইজনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় "