Published on:
Updated on:
- ড্ৰাগছ বিনষ্টকৰণৰ আজি দ্বিতীয় দিন।
- নগাঁৱত ছাঁই হ'ল বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী
- নগাঁও জিলাৰ বঢ়মপুৰত দাহন প্ৰক্ৰিয়া
- জ্বলোৱা হৈছে ৯.৭০০ কেজি হেৰইন, ৩পেকেট গাঞ্জা
- কেনাবিছ ২৫৩.৩০১ কেজি, অপিয়াম ৯৭৭ গ্ৰাম জ্বলোৱা হৈছে।
- ২,৭১,৯০৪ টা নিচাযুক্ত টেবলেটো ধ্বংস কৰা হল জুইত।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ দাহ কৰিলে এই বৃহত পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in