নগাঁও আৰক্ষীৰ সাফল্যঃ ড্ৰাগছ মাফিয়া আৰু ডকাইত ৰাজ আহমেদক গ্ৰেপ্তাৰ...

ড্ৰাগছ মাফিয়া আৰু ডকাইত ৰাজ আহমেদক গ্ৰেপ্তাৰ।  নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰে দুধৰ্ষ ডকাইত ৰাজ আহমেদক। ৪ জানুৱাৰীত শিয়ালমাৰিৰ ঈদুল ছান নামৰ এজনৰ পৰা দহ হাজাৰ টকা এখন টম টম আৰু এটা চিলিণ্ডাৰ ডকাইতি কৰিলৈ যায় ৰাজপথৰ পৰা।

author-image
Asomiya Pratidin
New Update
fffssfsfsf
  •  ৰাজড্ৰাগছ মাফিয়া আৰু ডকাইত আহমেদক গ্ৰেপ্তাৰ। 
  • নগাঁও আৰক্ষীয়ে গুৱাহাটীৰ পৰা আটক কৰে দুধৰ্ষ ডকাইত ৰাজ আহমেদক।
  • ৪ জানুৱাৰীত শিয়ালমাৰিৰ ঈদুল ছান নামৰ এজনৰ পৰা দহ হাজাৰ টকা এখন টম টম আৰু এটা চিলিণ্ডাৰ ডকাইতি কৰিলৈ যায় ৰাজপথৰ পৰা।
  • ডকাইতিৰ পাছতেই ভুক্তভোগীয়ে নগাঁও সদৰ থানাত ১৫/২৬  নম্বৰত এজাহাৰ দাখিল কৰে।
  • ডকাইতি কৰি গুৱাহাটীত আত্মগোপন কৰি আছিল নগাঁও শিয়ালমাৰিৰ ৰাজ আহমেদে।
  •  নগাঁও সদৰ থানাতৰ১৫/২৬ নম্বৰ গোচৰত ১২৬(২)/৩০৯(৪)/৩(৫) ভাৰতীয় ন্যায় সংহিতা অধীনত  নগাঁও আৰক্ষীয়ে  ধৃত ডকাইতটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে 
  • উল্লেখযোগ্য যে পূৰ্বতে ড্ৰাগছৰ ব্যৱসায়ৰ অভিযোগত ৰঙাঘৰৰ আলহী হৈছিল আছিল ৰাজ আহমেদ।
অসম