New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/cd6f5f4a-da6d-44e4-872f-d7d322bac533.jpg)
- নগাঁও প্ৰেছ ক্লাবত এখনি গ্ৰন্থ উন্মোচন কৰা হয় ৷
- দেওঁবাৰে বিয়লি "স্মৃতিৰ চাকনৈয়াত মোৰ মানব সেৱা " শীৰ্ষক গ্ৰন্হ খন উন্মোচন কৰে লেখিকা খৰ্গেশ্বৰী বৰাই ৷
- মানিকী বড়া(শইকীয়া) ৰ দ্বাৰা ৰচিত গ্ৰন্হখনি উন্মোচনী সভাত পৌৰহিত্ব কৰে সাপ্তাহিক কলংপাৰ কাকতৰ সম্পাদক ভবেন বৰাই ৷
- সভাখনি আত ধৰে গৌৰাঙ্গ বৰাই ৷