নগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ নাগৰিকলৈ বিশেষ জাননী..

নগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিশেষ জাননী। জিলাখনৰ নাগৰিকক চলাচলৰ অনুপযোগী বাহন Vehicle Serappage Policy of Assam, 2022”ত অন্তৰ্ভুক্তকৰণৰ আহ্বান জিলা পৰিবহণ বিভাগৰ। 

author-image
Tushar Pratim
New Update
নগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ নাগৰিকলৈ বিশেষ জাননী..

ডিজিটেল ডেস্কঃ নগাওঁ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিশেষ জাননী। জিলাখনৰ নাগৰিকক তেওঁলোকৰ চলাচলৰ অনুপযোগী বাহন Vehicle Serappage Policy of Assam, 2022”ত অন্তৰ্ভুক্তকৰণৰ আহ্বান জিলা পৰিবহণ বিভাগৰ। 

এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননীত উল্লেখ কৰি কয়, ইয়াৰ দ্বাৰা নগাঁও জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ তৰফৰ পৰা নগাঁও বাসীৰ প্ৰতিগৰাকী ব্যক্তিগত বাহন আৰু বাণিজ্যিক বাহনৰ গৰাকীক জনোৱা হয় যে, আপোনাৰ বাহনখন যদি চলাচলৰ অনুপযোগী হৈছে বা আপুনি ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই তেনেহ'লে আপুনি "Vehicle Serappage Policy of Assam, 2022” ত অন্তর্ভুক্ত কৰায় অতিৰিক্ত কৰৰপৰা পৰিত্ৰাণ পাবলৈ জিলা পৰিবহন বিষয়া কাৰ্যালয়ত যোগাযোগ কৰক।

পৰিবহণ বিভাগ