/asomiyapratidin/media/media_files/2025/12/07/2-2025-12-07-15-48-41.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ ভোজখোৱা খেলপথাৰত আজাদ কালাম ক্ৰিকেট টুৰ্নামেণ্টৰ শুভাৰম্ভ কৰে চতিয়াৰ উদ্যমী যুৱ ব্যৱসায়ী নিৰিজনিশীম হাজৰিকাই ৷ ২৬ তম বৰ্ষত ভৰি থোৱা এই টুৰ্নামেণ্টৰ শুভৰাম্ভ কৰি নিৰীজনিশিম হাজৰিকাই নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ভোজখোৱা খেল পথাৰ উন্নয়নৰ বাৱে বাইশ লাখ টকাৰ অনুমোদন দিয়া বিষয়েও জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/5c06305b-c51.png)
শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ ১৪ টাকৈ ক্ৰিকেট দলে এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰাৰ লগতে চূড়ান্ত খেলত নগদ ধন আৰু বটাৰে পুৰস্কৃত কৰিব বুলি জানিবলৈ দিয়ে খেল পৰিচালনা সমিতিৰ সভাপতি বুলু আহমেদে ৷ শুভাৰম্ভনী খেলখনত গোটলোঙ আৰু ভোজখোৱা ক্ৰিকেট দলে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/post_attachments/f5ed9fb5-c9f.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us