মুখ্য-পৃষ্ঠা মহাৰাষ্ট্ৰত ১৫ আগষ্টৰ পৰা আৰম্ভ লোকেল ট্ৰেইনৰ চলাচল… মহাৰাষ্ট্ৰত ১৫ আগষ্টৰ পৰা আৰম্ভ লোকেল ট্ৰেইনৰ চলাচল… asomiyapratidin 09 Aug 2021 09:26 IST Follow UsNew Updateমহাৰাষ্ট্ৰত আৰম্ভ হ'ব লোকেল ট্ৰেইন সেৱা।মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কৰিলে এই ঘোষণা।দুটা ভেকচিন লোৱা লোকসকলহে যাত্ৰা কৰিব পাৰিব এই ৰেলত।অহা ১৫ আগষ্টৰ পৰা আৰম্ভ হ'ব এই ৰেল সেৱা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক