ভুৰাগাওঁ নতুন বজাৰত ভূমিকেন্দ্ৰিক বিবাদ, নিহত এজন...

ভুৰাগাওঁ নতুন বজাৰত দুটা ফৈদৰ মাজত সংঘটিত ভূমি কেন্দ্ৰিক বিবাদত মৃত এজন। ভূমি কেন্দ্ৰিক বিবাদৰ বাবে দুটা ফৈদৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট। দাৰে আক্ৰমণ কৰিছিল প্ৰতিপক্ষক। ছাইদুল ইছলাম নামৰ এজন নিহত ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ভুৰাগাওঁ নতুন বজাৰত দুটা ফৈদৰ মাজত সংঘটিত ভূমি কেন্দ্ৰিক বিবাদত মৃত এজন।
  • ভূমি কেন্দ্ৰিক বিবাদৰ বাবে দুটা ফৈদৰ মাজত সংঘটিত হৈছিল প্ৰচণ্ড মাৰপিট।
  • দাৰে আক্ৰমণ কৰিছিল প্ৰতিপক্ষক।
  • ছাইদুল ইছলাম নামৰ এজন নিহত ।
  • অন্যহাতে তাইবুৰ ৰহমান নামৰ অন্য এজন আহত।
অসম