New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/corona-virus-main-update-face-pic.jpg)
- দেশত প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সংক্ৰমণ।
- ভাৰতত ২৭ এপ্ৰিলৰ নিশা ৯ বজালৈকে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ২৯,১৪৪জন লোক।
- ইফালে, এই ভাইৰাছত আক্ৰান্ত হৈ বৰ্তমানলৈ ৯২৬জনকৈ লোকে হেৰুৱাইছে প্ৰাণ।
- উল্লেখ্য যে, এই ভাইৰাছত আক্ৰান্ত হোৱা সকলৰ ভিতৰত ৬,৯৭৬জন লোক আৰোগ্য হৈ উঠিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us