Published on:
Updated on:
- ৰাজ্যত পুনৰ ৭৮৬জনৰ দেহত ধৰা পৰিল কোভিড-১৯।
- ইয়াৰে ৫৯৮জন গুৱাহাটীৰ বুলি চিনাক্ত কৰা হৈছে।
- ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১২,৫২২জনলৈ বৃদ্ধি।
- ইয়াৰ ভিতৰত ৪৬২৩জন চিকিৎসাধীন হৈ থকাৰ বিপৰীতে সুস্থ হৈছে ৭৮৮২জনকৈ লোক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in