New Update
/asomiyapratidin/media/media_files/2025/04/25/HqUqrzhngXGU90IfieUc.jpg)
- পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক ফেচবুকত সমৰ্থন কৰি আৰক্ষীৰ জালত মৈৰাবাৰীৰ এজন যুৱক।
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজন মৈৰাবাৰীৰ মাজাহাৰ মিয়া।
- মাজাহাৰ মিয়াই পেহেলগামত সন্ত্ৰাসবাদীয়ে হত্যালীলা চলোৱাৰ এটা ভিডিঅ’ত “Good Job” লিখি সন্ত্ৰাসবাদীৰ সমৰ্থনত সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল।
- বৰ্তমান আৰক্ষীয়ে মৈৰাবাৰী থানাত ৭৪/২৫ নম্বৰ এটা গোচৰ ৰুজু কৰি বি এন এছ 152/196/197(1)/113(3)/352/353 ধাৰাত গ্ৰেপ্তাৰ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us