হোলী উৎসৱত ভাগ নলয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।কোৰোনা ভাইৰাছক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি দৃষ্টি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসমাগম হোৱা কোনো অনুষ্ঠানত অংশ নলয়।এটা টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে এই কথা সদৰি কৰিছে।টুইটত লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে বিশ্বজুৰি বিশেষজ্ঞসকলে জনসমাগম হ্ৰাস কৰাৰ বাবে পৰামৰ্শ দিছে।টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে,.Experts across the world have advised to reduce mass gatherings to avoid the spread of COVID-19 Novel Coronavirus. Hence, this year I have decided not to participate in any Holi Milan programme.