New Update
/asomiyapratidin/media/media_files/2026/01/16/new-ap-web-5-17-2026-01-16-19-28-42.jpg)
- প্রধানমন্ত্রীৰ কলিয়াবৰ আগমনক লৈ পথ নিৰ্দেশনা
- সংবাদমেলযোগে সবিশেষ জনালে জিলা আয়ুক্ত, SSPৰ
- শোণিতপুৰৰ পৰা গুৱাহাটী অভিমুখী বাহনক লৈ নিৰ্দেশনা
- বাহনসমূহ চুলুং আৰু নলতলিৰ ৰাজ্যিক পথেৰে চলাচলৰ নিৰ্দেশ
- শোণিতপুৰৰ পৰা যোৰহাট অভিমুখী বাহনক লৈও নিৰ্দেশনা
- চুলুঙৰ পৰা শিলঘাটহৈ জখলাবন্ধা আৰু কুঁৱৰীটোলৰ দিশেৰে যাব পাৰিব
- সাধাৰণ যাতায়তৰ বাবে বন্ধ থাকিব চুলুং-কলিয়াবৰ তিনিআলিলৈ অহা পথ
- প্রধানমন্ত্রীৰ সভালৈ অহা বাহনৰ বাবে থাকিব ৮টা পাৰ্কিং স্থান
- সভাস্থলীৰ পশ্চিম আৰু দক্ষিণ উভয় দিশতে থাকিব ৪টাকৈ পাৰ্কিং স্থান
- VIPৰ বাবে থাকিব এটাকৈ পাৰ্কিং স্থান
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us