চাৰিদুৱাৰৰ পৰা বিবাহিতা মহিলা নিৰুদ্দেশ

চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়মৰা গাঁৱৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী। মহিলাগৰাকীৰ নাম তুলসী মজুমদাৰ(৩০)। 

author-image
Asomiya Pratidin
New Update
77

শোণিতপুৰৰ চাৰিদুৱাৰৰ পৰা বিবাহিতা মহিলা নিৰুদ্দেশ।

চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত গড়মৰা গাঁৱৰ পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী।

মহিলাগৰাকীৰ নাম তুলসী মজুমদাৰ(৩০)। 

বিগত দহ দিন ধৰি কোনো ধৰণৰ শুংসূত্ৰ নাই মহিলাগৰাকীৰ। 

WhatsApp Image 2025-10-29 at 11.24.13 AM

স্বামী গৌতম মজুমদাৰ তথা পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিয়ো পোৱা নাই সন্ধান। 

নিজ বাসগৃহৰ পৰা সন্ধানহীন হৈ আছে মহিলগৰাকী। 

ঘটনা সন্দৰ্ভত ইতিমধ্যে স্বামী গৌতম মজুমদাৰে চাৰিদুৱাৰ আৰক্ষী থানাত নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ ৰুজু কৰিছে ৷

চাৰিদুৱাৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি নিৰুদ্দিষ্টৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

কোনো লোকে মহিলাগৰাকীৰ সন্ধন পালে 8723853415 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে। 

অসম আৰক্ষী নিৰুদ্দেশ